Pratidin Time
Pratidin Time
  • 12 693
  • 373 418 063
  • ਨੂੰ ਸ਼ਾਮਲ ਹੋਇਆ 18 ਨਵੰਬਰ 2014

ਵੀਡੀਓ
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিবেশনৰ দিন চমু চপাৰ লগে লগে ক্ৰমাৎ যেন ব্যস্ততা বাঢ়িছে মহুৰাপথাৰত

ਦਿਨ ਪਹਿਲਾਂ
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিবেশনৰ দিন চমু চপাৰ লগে লগে ক্ৰমাৎ যেন ব্যস্ততা বাঢ়িছে বোকাখাতৰ মহুৰাপথাৰত
NDFBয়ে আত্মসমৰ্পণ কৰা নাই, শান্তি আলোচনাৰ প্ৰতি সন্মান জনাই যুদ্ধবিৰতীৰ চুক্তিহে কৰিছে
NDFBয়ে আত্মসমৰ্পণ কৰা নাই, শান্তি আলোচনাৰ প্ৰতি সন্মান জনাই যুদ্ধবিৰতীৰ চুক্তিহে কৰিছে
ਦਿਨ ਪਹਿਲਾਂ
NDFBয়ে আত্মসমৰ্পণ কৰা নাই, শান্তি আলোচনাৰ প্ৰতি সন্মান জনাই যুদ্ধবিৰতীৰ চুক্তিহে কৰিছে: বি চাওৰাইগৌৰা, বি আৰ ফেৰেংগা
NDFB ৰে শান্তি আলোচনাৰ মাজত নিহিত হৈ আছে নিৰ্বাচনী অংক: নৱ শৰণীয়া

হিমন্ত বিশ্ব শৰ্মাই মিছা কথা কোৱাত  আচৰিত হ'বলগীয়া একো নাই, কাৰণ তেওঁক সকলোৱে চিনি পাই: তৰুণ গগৈ

মাজুলীত স্বাস্থ্য বিভাগৰ এলানি প্র-পত্রত দেখা গ’ল বাংলা ভাষাৰ ব্যৱহাৰ।

পূৰ্বে আহিছিল অসমীয়া আৰু ইংৰাজী ভাষাত। কিন্তু এইবাৰ অসমীয়াৰ পৰিৱৰ্তে আহিল বাংলা ভাষাত। মাজুলীত স্বাস্থ্য বিভাগৰ এলানি প্র-পত্রত দেখা গ’ল বাংলা ভাষাৰ ব্যৱহাৰ।
বিজেপিৰ নতুন ৰাষ্ট্রীয় সভাপতি নিৰ্বাচিত হ'ল জগত প্রসাদ নাড্ডা অৰ্থাৎ জে পি নাড্ডা।

৯০ বছৰীয়া মাতৃৰ পুত্রৰ প্রতি কাতৰ আহ্বান। অঘৰী জীৱন ত্যাগ কৰি মূল সূতিলৈ আহক বিদাই।

পূৰ্ণগতিত চলিছে নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ কাম

উদুলি-মুদুলি খৈৰাবাৰীৰ দাওহাৰো সমন্বয় ক্ষেত্ৰ। আজিৰে পৰা আৰম্ভ হ'ল বড়ো সাহিত্য সভাৰ অধিৱেশন ।

জনপ্রিয় শিল্পী শ্বাশ্বতী ফুকনে দীৰ্ঘদিনৰ মূৰত ৰাইজলৈ আগবঢ়াই দিছে এটি অসমীয়া গীত।

বহু জনপ্ৰিয় গীতত কণ্ঠ নিগৰাই দৰ্শকৰ হৃদয় জয় কৰা জনপ্রিয় শিল্পী শ্বাশ্বতী ফুকনে দীৰ্ঘদিনৰ মূৰত ৰাইজলৈ আগবঢ়াই দিছে এটি অসমীয়া গীত।কাটা লাগা কে ধৰি কেইবাটাও হিন্দী গীতেৰে দেশবাসীৰ হৃদয় জয় কৰা শ্বাশ্বতী ফুকনৰ "থাকিবানে সাৰে' এই শীৰ্ষক গীতটিৰ সংগীতেৰে সজাইছে বলিউডত প্ৰতিষ্ঠিত সংগীত পৰিচালক ধ্ৰুৱজ্যোতি ফুকনে।।
খেলো ইণ্ডিয়াত অসমৰ  'সোণালী জলপৰী'
খেলো ইণ্ডিয়াত অসমৰ 'সোণালী জলপৰী'
ਦਿਨ ਪਹਿਲਾਂ
খেলো ইণ্ডিয়াত অসমৰ 'সোণালী জলপৰী'
কামৰূপ জিলা পৰিবহণ বিভাগৰ উদ্যোগত দুৰ্ঘটনা ৰোধৰ বাবে পথ সুৰক্ষা সজাগতা সভা।

খেলো ইণ্ডিয়াত অসমৰ জয়যাত্ৰা অব্যাহত
খেলো ইণ্ডিয়াত অসমৰ জয়যাত্ৰা অব্যাহত
ਦਿਨ ਪਹਿਲਾਂ
খেলো ইণ্ডিয়াত অসমৰ জয়যাত্ৰা অব্যাহত
ছাত্ৰ-ছাত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোডীৰ ‘পৰীক্ষা পে চৰ্চা’
ছাত্ৰ–ছাত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোডীৰ ‘পৰীক্ষা পে চৰ্চা’
2 ਦਿਨ ਪਹਿਲਾਂ
ছাত্ৰ-ছাত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোডীৰ ‘পৰীক্ষা পে চৰ্চা’
C(A)Aৰ সমৰ্থনত উলিওৱা সমদলত অংশগ্রহণকাৰীৰ উদ্ভণ্ডালি
C(A)Aৰ সমৰ্থনত উলিওৱা সমদলত অংশগ্রহণকাৰীৰ উদ্ভণ্ডালি
2 ਦਿਨ ਪਹਿਲਾਂ
C(A)Aৰ সমৰ্থনত উলিওৱা সমদলত অংশগ্রহণকাৰীৰ উদ্ভণ্ডালি। মধ্যপ্ৰদেশৰ ৰাজগড় জিলাৰ দণ্ডাধীশক আক্ৰমণ C(A)A সমৰ্থনকাৰীৰ।
আমি আত্মসমর্পণ কৰা নাই। শান্তি প্ৰক্ৰিয়াতহে চামিল হৈছোঁ : NDFB (S)

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিবেশনস্থলীত আজি প্ৰতিষ্ঠা কৰা হয় গুৰু আসন।

মাথো কেইটামান দিনৰ পিছতেই আৰম্ভ হ'ব লগা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিবেশনস্থলীত আজি প্ৰতিষ্ঠা কৰা হয় গুৰু আসন।
ভিন্ন কাৰ্যসূচীৰ আকৰ্ষণেৰে লোকে-লোকাৰণ্য হৈ পৰিছে ওদালগুৰিৰ ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ।

শনিবাৰৰ সন্ধ্যাৰপৰা সন্ধানহীন যুৱকজন। পিছে যুৱকজন গ'ল ক'লৈ?

আধা ঘণ্টাৰ ভিতৰত ঘৰ পোৱাৰ কথা আছিল গীতানগৰৰ এই যুৱকজন। কিন্তু শনিবাৰৰ সন্ধ্যাৰপৰা সন্ধানহীন যুৱকজন। পিছে যুৱকজন গ'ল ক'লৈ?
জন্মৰ দুমাহতেই মাতৃহাৰা এটি দেৱশিশু, পিতৃ ব্যস্ত আলপৈচান ধৰাত।
জন্মৰ দুমাহতেই মাতৃহাৰা এটি দেৱশিশু, পিতৃ ব্যস্ত আলপৈচান ধৰাত।
2 ਦਿਨ ਪਹਿਲਾਂ
জন্মৰ দুমাহতেই মাতৃহাৰা এটি দেৱশিশু, পিতৃ ব্যস্ত আলপৈচান ধৰাত। কিন্তু প্ৰকৃততে ঘটনাটোনো কি? চাওক এই প্ৰতিবেদন।
মনগীত With Mrinal Talukdar (শেষ খণ্ড)
মনগীত With Mrinal Talukdar (শেষ খণ্ড)
2 ਦਿਨ ਪਹਿਲਾਂ
মনগীত With Mrinal Talukdar (শেষ খণ্ড)
এইবাৰ সীমা ঠেলা নীতিত লজ্জাজনকভাৱে পোনপটীয়াকৈ নামি পৰিছে অৰুণাচল চৰকাৰ।
এইবাৰ সীমা ঠেলা নীতিত লজ্জাজনকভাৱে পোনপটীয়াকৈ নামি পৰিছে অৰুণাচল চৰকাৰ।
2 ਦਿਨ ਪਹਿਲਾਂ
ধেমাজিৰ গোগামুখৰ আন্তঃৰাজ্যিক সীমা উলংঘন কৰি এইবাৰ সীমা ঠেলা নীতিত লজ্জাজনকভাৱে পোনপটীয়াকৈ নামি পৰিছে অৰুণাচল চৰকাৰ।
গৌৰীসাগৰৰ আছু কৰ্মীয়ে ক'লা পতাকা আৰু গ' বেক ধ্বনিৰে আদৰিলে যোগেন মহনক।
গৌৰীসাগৰৰ আছু কৰ্মীয়ে ক'লা পতাকা আৰু গ' বেক ধ্বনিৰে আদৰিলে যোগেন মহনক।
2 ਦਿਨ ਪਹਿਲਾਂ
মন্ত্ৰীত্বৰ শপত লৈ স্ব-গৃহলৈ যোৱাৰ বাটতেই গৌৰীসাগৰৰ আছু কৰ্মীয়ে ক'লা পতাকা আৰু গ' বেক ধ্বনিৰে আদৰিলে যোগেন মহনক।
অসম আন্দোলনৰ শ্বহীদৰ নাম লোৱাৰ কোনো নৈতিক অধিকাৰ নাই হিমন্ত বিশ্ব শৰ্মাৰ: সমুজ্জ্বল ভট্টাচাৰ্য
অসম আন্দোলনৰ শ্বহীদৰ নাম লোৱাৰ কোনো নৈতিক অধিকাৰ নাই হিমন্ত বিশ্ব শৰ্মাৰ: সমুজ্জ্বল ভট্টাচাৰ্য
2 ਦਿਨ ਪਹਿਲਾਂ
সুদীৰ্ঘ অসম আন্দোলনৰ শ্বহীদৰ নাম লোৱাৰ কোনো নৈতিক অধিকাৰ নাই হিমন্ত বিশ্ব শৰ্মাৰ: সমুজ্জ্বল ভট্টাচাৰ্য
আজি বিতৰ্কিত CAA বাতিল কৰাৰ দাবীৰে ওলাই আহি মহানগৰীৰ ৰাজপথ কপালে নাৰীশক্তিয়ে।

বিজেপিৰ হাতত পইচা আছে, বাকী একো নাই, কিন্তু অসমৰ মানুহৰ জাতীয়তাবোধ আছে: জুবিন গাৰ্গ

সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই কেতিয়াও অসমীয়া জাতিটোক ভাল পাব নোৱাৰিলে: পলাশ চাংমাই

সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই গাদীৰ স্বাৰ্থতেই কেতিয়াও অসমীয়া জাতিটোক ভাল পাব নোৱাৰিলে: পলাশ চাংমাই
আজলী আইলৈ শ্ৰদ্ধা নিবেদী মাজুলীৰ ভগা থানত ভক্তিৰসত গদগদ ভক্তপ্ৰাণ ৰাইজ।
আজলী আইলৈ শ্ৰদ্ধা নিবেদী মাজুলীৰ ভগা থানত ভক্তিৰসত গদগদ ভক্তপ্ৰাণ ৰাইজ।
2 ਦਿਨ ਪਹਿਲਾਂ
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নুমলীয়া কন্যা আজলী আইলৈ শ্ৰদ্ধা নিবেদী মাজুলীৰ ভগা থানত ভক্তিৰসত গদগদ ভক্তপ্ৰাণ ৰাইজ।
আজি অকস্মাতে গোলাঘাটৰ জৱাহৰ নবোদয় বিদ্যালয়লৈ আগমন ঘটিছে জাকে জাকে প্ৰাক্তন ছাত্ৰ- ছাত্ৰীৰ।
আজি অকস্মাতে গোলাঘাটৰ জৱাহৰ নবোদয় বিদ্যালয়লৈ আগমন ঘটিছে জাকে জাকে প্ৰাক্তন ছাত্ৰ- ছাত্ৰীৰ।
2 ਦਿਨ ਪਹਿਲਾਂ
আজি অকস্মাতে গোলাঘাটৰ জৱাহৰ নবোদয় বিদ্যালয়লৈ আগমন ঘটিছে জাকে জাকে প্ৰাক্তন ছাত্ৰ- ছাত্ৰীৰ। কিন্তু কিয়?
বিজেপি এতিয়া ICU ত। আগন্তুক এবছৰত বিজেপিয়ে একো কৰিব নোৱাৰে: ৰিপুন বৰা

ৰাজ্য চৰকাৰৰ পুণ্যধাম আঁচনিৰ অধীনত আজি বৈষ্ণদেৱী মন্দিৰলৈ ৰাওনা হ'ল ৰাজ্যৰ ৪৪ গৰাকী তীৰ্থযাত্ৰী

"বিজেপিয়ে জাতিৰ নামত বজ্যাতি কৰিছে",হোজাইৰ CAA বিৰোধী প্ৰতিবাদী সমাবেশত বঙালী সমাজৰ নেতাৰ অভিযোগ

"বিজেপিয়ে জাতিৰ নামত বজ্যাতি কৰিছে", হোজাইৰ CAA বিৰোধী প্ৰতিবাদী গণ সমাবেশত বঙালী সমাজৰ নেতাৰ তীব্ৰ অভিযোগ।
১৫ খন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একেলগে সমবেত হৈ স্পষ্ট কৰিলে বিতৰ্কিত CAA বিৰোধী স্থিতি।
১৫ খন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একেলগে সমবেত হৈ স্পষ্ট কৰিলে বিতৰ্কিত CAA বিৰোধী স্থিতি।
2 ਦਿਨ ਪਹਿਲਾਂ
আজি তেজপুৰ বিশ্ববিদ্যালয়ত ১৫ খন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একেলগে সমবেত হৈ স্পষ্ট কৰিলে বিতৰ্কিত CAA বিৰোধী স্থিতি।
বৌদ্ধিক আলোচনা নোহোৱা বাবেই অসমীয়াই CAA বিৰোধিতা কৰিছে: হিমন্ত বিশ্ব শৰ্মা

আৱেগত জাতি-ভাষা-ভেটি ৰক্ষা নপৰে: সৰ্বানন্দ সোণোৱাল

দুহেজাৰ ভোৰতালৰ ৰজনজননিৰে মাজুলীত আজিৰপৰা আৰম্ভ হ'ল "অসম ভাওনা সমাৰোহ ২০২০"

CAA বাতিল নোহোৱা পৰ্যন্ত দাড়ি নাকাটে জুবিন গাৰ্গে

3 ਦਿਨ ਪਹਿਲਾਂ

RSS, জমিয়তক সমালোচনা পলাশ চাংমাইৰ
RSS, জমিয়তক সমালোচনা পলাশ চাংমাইৰ
3 ਦਿਨ ਪਹਿਲਾਂ
RSS, জমিয়তক সমালোচনা পলাশ চাংমাইৰ
পুনৰ C(A)A বিৰোধী শ্লোগানেৰে উত্তাল লতাশিল দীঘলীপুখুৰী

আযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ প্ৰস্তুতিত ব্যস্ত অসমৰ খনিকৰ

সমাগত ৫৯ সংখ্যক বড়ো সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন

অৱশেষত জল্পনা-কল্পনা, উৎকণ্ঠাৰ অৱসান ঘটাই সম্প্রসাৰণ ঘটিল সোণোৱাল মন্ত্রীসভাৰ।

পুনৰ শিক্ষামন্ত্ৰীৰ দায়িত্বত হিমন্ত বিশ্ব শৰ্মা

দিন চমু চাপি অহাৰ লগে লগে শংকৰদেৱ সংঘৰ অধিৱেশনৰ বাবে ব্যস্ততা বাঢ়িছে বোকাখাত কমাৰগাঁৱৰ মহুৰা পথাৰত।

সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে নজিৰ সৃষ্টি কৰিলে নাহৰকটীয়া সমষ্টিৰ চাচনিবাসীয়ে

দ্বিতীয়টো কাৰ্যকালৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতি পদত বাহাল থাকিল ৰঞ্জিত দাস।

মাজুলীত প্লাষ্টিক বটলৰ ঘৰ,অনিষ্টকাৰী প্লাষ্টিকক লৈয়ে মাজুলীত এটা ভাল কাম কৰাৰ প্রয়াস

এক ব্যতিক্রমী চিন্তাৰে কাজিৰঙাত আৰম্ভ হৈছে নাট্য চৰ্চা, মুকলি আকাশৰ তলতে নাটকৰ এখন মঞ্চ

অব্যাহত আছে সংশোধিত নাগৰিকত্ব আইন বিৰোধী প্রতিবাদ।

শনিবাৰে বৰপেটাৰ মাজদিয়াত পূব বৰপেটা সন্মিলিত নাগৰিকত্ব সংশোধনী আইন বিৰোধী মঞ্চৰ উদ্যোগত অনুষ্ঠিত হ’ল বিশাল জনজাগৰণ সভা। একেদিনাই গোলাঘাটৰ গৰঙাত দবা, শংখ, তাল বজাই সংশোধিত নাগৰিকত্ব আইন আৰু চৰকাৰৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ হুংকাৰ।
মূৰত দুটাকৈ গুলীৰ আঘাত লৈ যোৱা এমাহে শয্যাশায়ী ছানিদুল
মূৰত দুটাকৈ গুলীৰ আঘাত লৈ যোৱা এমাহে শয্যাশায়ী ছানিদুল
3 ਦਿਨ ਪਹਿਲਾਂ
সংশোধিত নাগৰিকত্ব আইন বিৰোধী আন্দোলন দমন কৰিবলৈ আৰক্ষীয়ে কৰা গুলীচালনাত মূৰত দুটাকৈ গুলীৰ আঘাত লৈ যোৱা এমাহে শয্যাশায়ী ছানিদুল | কাষত পৰিয়ালৰ লোকৰ বাহিৰে আন কোনো নাই।
নাগৰিকত্ব পাবৰ বাবে শৰণাৰ্থীৰ থাকিবলগীয়া যোগ্যতা কি?
নাগৰিকত্ব পাবৰ বাবে শৰণাৰ্থীৰ থাকিবলগীয়া যোগ্যতা কি?
3 ਦਿਨ ਪਹਿਲਾਂ
নাগৰিকত্ব পাবৰ বাবে শৰণাৰ্থীৰ থাকিবলগীয়া যোগ্যতা কি?
বিজেপিৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক জুবিন গাৰ্গ।
বিজেপিৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক জুবিন গাৰ্গ।
3 ਦਿਨ ਪਹਿਲਾਂ
বিজেপিৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক জুবিন গাৰ্গ।
আছু নেতৃত্বক মুকলি প্ৰত্যাহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

সামৰণি পৰিল জোনবিল মেলাৰ। অন্তিম দিনা বহিল গোভা ৰজাৰ দৰবাৰ ।

ধাৰাপুৰ আছুৰ গণহুংকাৰত উপস্থিত হৈ কি ক'লে কণ্ঠশিল্পী মানস ৰবীনে?

ধাৰাপুৰত আছুৰ গণহুংকাৰ
ধাৰাপুৰত আছুৰ গণহুংকাৰ
3 ਦਿਨ ਪਹਿਲਾਂ
ধাৰাপুৰত আছুৰ গণহুংকাৰ
আজি সামৰণি পৰিব ঐতিহাসিক জোনবিল মেলা
আজি সামৰণি পৰিব ঐতিহাসিক জোনবিল মেলা
3 ਦਿਨ ਪਹਿਲਾਂ
আজি সামৰণি পৰিব ঐতিহাসিক জোনবিল মেলা
চাঁচনিত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত 'সিংহনাদ' কাৰ্যসূচী

সোণোৱাল মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, আজি মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে  সঞ্জয় কিষাণ আৰু যোগেন মহনে

মালিগাঁৱত পুনৰ নাহৰফুটুকীৰ সন্ত্ৰাস
মালিগাঁৱত পুনৰ নাহৰফুটুকীৰ সন্ত্ৰাস
3 ਦਿਨ ਪਹਿਲਾਂ
মালিগাঁৱত পুনৰ নাহৰফুটুকীৰ সন্ত্ৰাস
মনগীত With Mrinal Talukdar (প্ৰথম খণ্ড)
মনগীত With Mrinal Talukdar (প্ৰথম খণ্ড)
4 ਦਿਨ ਪਹਿਲਾਂ
মনগীত With Mrinal Talukdar (প্ৰথম খণ্ড)
চাওঁতে চাওঁতে দিন চমু চাপিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনৰ।হৰিনামৰ ধ্বনিৰে মুখৰ দিহিঙীয়া মহুৰা পথাৰ
চাওঁতে চাওঁতে দিন চমু চাপিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনৰ।হৰিনামৰ ধ্বনিৰে মুখৰ দিহিঙীয়া মহুৰা পথাৰ
4 ਦਿਨ ਪਹਿਲਾਂ
চাওঁতে চাওঁতে দিন চমু চাপিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনৰ।হৰিনামৰ ধ্বনিৰে মুখৰ দিহিঙীয়া মহুৰা পথাৰ।
ডিগবৈ চহৰত চোৰৰ দপদপনি। মাজ নিশা On Camera চোৰে নিলে Royal Enfield বাইক।

মাঘ বিহু উপলক্ষে বৰপেটাৰ মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোঁসাই থানত উখল মাখল পৰিবেশ।

১ ফেব্ৰুৱাৰীৰ পুৱা ৬ বজাত নিৰ্ভয়া বলাৎকাৰীৰ ফাঁচি। অৱশেষত দিল্লীৰ আদালতে দিলে ৰায়।

খেল' ইণ্ডিয়াত ক্ৰমাৎ এটাৰ পিছত আনটোকৈ চমক বৃদ্ধি পাইছে অসমৰ খেলুৱৈৰ।

খেল' ইণ্ডিয়াত অব্যাহত আছে অসমৰ সাফল্যৰ ধাৰা। সাঁতোৰৰ ২০০ মিটাৰত অসমে আঁজুৰিলে সোণৰ পদক

ঐতিহাসিক জোনবিলৰ পাৰত যেন এতিয়া টকাৰ কোনো মূল্য নাই

ঐতিহাসিক জোনবিলৰ পাৰত যেন এতিয়া টকাৰ কোনো মূল্য নাই।ইয়াৰ বিপৰীতে যেন ক্ৰমাৎ সাৰ পাই উঠিছে প্ৰাচীন বিনিময় প্ৰথা।
জ্যোতি-চিত্ৰবনত চৰকাৰীভাৱে আয়োজন কৰা অনুষ্ঠানত প্ৰদান কৰা হ'ল ২০২০ বৰ্ষৰ শিল্পী বঁটা।
জ্যোতি-চিত্ৰবনত চৰকাৰীভাৱে আয়োজন কৰা অনুষ্ঠানত প্ৰদান কৰা হ'ল ২০২০ বৰ্ষৰ শিল্পী বঁটা।
4 ਦਿਨ ਪਹਿਲਾਂ
আজি শিল্পী দিৱস। জ্যোতি-চিত্ৰবনত চৰকাৰীভাৱে আয়োজন কৰা অনুষ্ঠানত প্ৰদান কৰা হ'ল ২০২০ বৰ্ষৰ শিল্পী বঁটা।
আজি অসমবাসীয়ে সমগ্ৰ ৰাজ্যজুৰি স্মৰণ কৰিলে সুন্দৰৰ পূজাৰীক।

শদিয়াত বন বিভাগৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ এচাম দুস্কৃতিকাৰীয়ে কাটি তহিলং কৰিছে বনাঞ্চল।

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত।জাকে জাকে বন্যহস্তী ওলাই আহিছে জনাঞ্চললৈ।

দেশজুৰি প্ৰযোজ্য হ'ল CAA। এতিয়া  পূৰ্ণ গতিত চলিছে বিধি প্ৰস্তুতৰ কাম।

জাগিলে ৰাইজ বাচিব অসম নহ'লে অসম হ'ব বাংলাদেশ:ড০ সমুজ্জ্বল ভট্টাচাৰ্য

ৰাইজে দল বনালে সকলোৱে সমৰ্থন দিবলৈ, সহায় কৰিবলৈ বাধ্য:লুৰিণ জ্যোতি গগৈ

নাগৰিকত্ব সংশোধনী আইনৰ আবেদনকাৰীয়ে দিব নালাগে ধৰ্মীয় অত্যাচাৰৰ বলি হোৱাৰ প্ৰমাণ ।

নাগৰিকত্ব সংশোধনী আইনৰ আবেদনকাৰীয়ে দিব নালাগে ধৰ্মীয় অত্যাচাৰৰ বলি হোৱাৰ প্ৰমাণ । অতি শীঘ্ৰে প্ৰকাশ পাবলগীয়া CAA সমন্ধীয় নথি সমূহত নাথাকে নিজ দেশত ধৰ্মীয় অত্যাচাৰৰ বলি হোৱাৰ চৰ্ত ।
ডেৰ বছৰীয়া কাৰাবাসৰ অন্ত, স্ব-গৃহত  আহি উপস্থিত হ'ল মেৰাপানীৰ সীমান্ত শইকীয়া ।

5 ਦਿਨ ਪਹਿਲਾਂ

ঐতিহাসিক জোনবিল মেলাৰ আজি ২য় দিন,
ঐতিহাসিক জোনবিল মেলাৰ আজি ২য় দিন,
5 ਦਿਨ ਪਹਿਲਾਂ
ঐতিহাসিক জোনবিল মেলাৰ আজি ২য় দিন,
আজি শিল্পী দিৱস। সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত দৰঙৰ দিপীলাত শিল্পী দিৱসৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।

শৰণাৰ্থীক নাগৰিকত্ব দিয়াটো চৰকাৰৰ কৰ্তব্য:অমিত শ্বাহ।

আৰম্ভ হ'ল ৮ম ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ
আৰম্ভ হ'ল ৮ম ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ
5 ਦਿਨ ਪਹਿਲਾਂ
আৰম্ভ হ'ল ৮ম ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ
ভোগালীৰ জুইত দাহ কৰিলে  C(A)Aৰ  প্ৰতিলিপি
ভোগালীৰ জুইত দাহ কৰিলে C(A)Aৰ প্ৰতিলিপি
5 ਦਿਨ ਪਹਿਲਾਂ
ভোগালীৰ জুইত দাহ কৰিলে C(A)Aৰ প্ৰতিলিপি
এতিয়া ৰাজ্যজুৰি চৰ্চা চলিছে জিনুক লৈ।
এতিয়া ৰাজ্যজুৰি চৰ্চা চলিছে জিনুক লৈ।
5 ਦਿਨ ਪਹਿਲਾਂ
দুদিন আগলৈকে কোনেও চিনি পোৱা নাছিল চৰাইদেউ জিলাৰ বৰহাটৰ জিনু গগৈ নামৰ কিশোৰীগৰাকীক। কিন্তু এতিয়া ৰাজ্যজুৰি চৰ্চা চলিছে জিনুক লৈ। খেলো ইণ্ডিয়াত সফলতা লাভ কৰাৰ পিছত জিনুৰ দাৰিদ্রপিষ্ট ঘৰখনতো দেখা গৈছে আনন্দৰ জোৱাৰ।
শীঘ্রেই মূলসুঁতিলৈ ঘূৰি আহিব NDFB(S)।
শীঘ্রেই মূলসুঁতিলৈ ঘূৰি আহিব NDFB(S)।
5 ਦਿਨ ਪਹਿਲਾਂ
শীঘ্রেই মূলসুঁতিলৈ ঘূৰি আহিব NDFB(S)।
পৰ্যাপ্ত সা-সুবিধা অবিহনেই খেলো ইণ্ডিয়াত জিলিকিছে অসমৰ খেলুৱৈ।

৮৯ সংখ্যক শ্রীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনলৈ মাজত মাথোঁ কুৰিটা দিন

পৰম্পৰাগত সত্রীয়া ৰীতি-নীতিৰে বৰপেটা সত্রত আজি জ্বলোৱা হ’ল মাঘ বিহুৰ মেজি।

খেলো ইণ্ডিয়া য়ুথ গেমছত জিলিকিছে অসমৰ মহিলা ফুটবল দল।

২৪ ঘণ্টাৰ ভিতৰতে ৰাজনৈতিক বিকল্পৰ কথা প্রকাশ কৰিলে  ড০ সমুজ্জ্বল ভট্টাচাৰ্য আৰু লুৰিণজ্যোতি গগৈয়ে।

C(A)A বিৰোধী আন্দোলনৰ সমান্তৰালকৈ ৰাজ্যত চৰ্চা চলিছে বিকল্প ৰাজনৈতিক শক্তিৰ প্রসংগ। আছুৰ সভাপতিৰ মন্তব্যৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাজনৈতিক বিকল্পৰ কথা প্রকাশ কৰিলে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু লুৰিণজ্যোতি গগৈয়ে।
পূণ্যতীৰ্থ হাজোত সম্প্রীতিৰ মহামিলনেৰে আৰম্ভ মণিকূট উৎসৱ।

উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পিছতো ম'হযুঁজ, গোনা ম'হৰ যুঁজে কঁপালে আঁহতগুৰি

ভোগালী বিহুত আত্মীয়ৰ সৈতে এটা দিন কটালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

উদুলি-মুদুলি ৰংঘৰৰ বাকৰি, বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানেৰে বৰ্ণিল ৰংপুৰ মেলা।

আজিৰে পৰা আৰম্ভ হ'ল ঐতিহাসিক জোনবিল মেলা।

আজি মাঘ মাহৰ প্ৰথম দিন, বিভিন্ন মন্দিৰ-দেৱালয়ত দেখা গ'ল ভক্তপ্ৰাণ লোকৰ ভিৰ।

ন্যায়িক জিম্মালৈ প্ৰেৰণ কৃষক মুক্তিৰ দুই নেতা ধৈৰ্য কোঁৱৰ আৰু  বিতু সোণোৱাল ।

কংগ্ৰেছে সমৰ্থন জনাব বিকল্প ৰাজনৈতিক দলক:তৰুণ গগৈ

C(A)Aবিৰোধী আন্দোলনত আটক কৰা সকলক মুক্তিৰ দাবীত যোৰহাটত সাংবাদিকসকলৰ প্ৰতিবাদ

হাজোত আজি সমন্বয় শোভাযাত্ৰা, পোৱামক্কাৰ পৰা হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ সমন্বয় শোভাযাত্ৰা ।

আজিৰে পৰা ঐতিহাসিক জোনবিল মেলা
আজিৰে পৰা ঐতিহাসিক জোনবিল মেলা
5 ਦਿਨ ਪਹਿਲਾਂ
আজিৰে পৰা ঐতিহাসিক জোনবিল মেলা
কুঠাৰেৰে ঘপিয়াই পুত্ৰই হত্যা কৰিলে পিতৃক।কিন্তু ৰাজ্যখনৰ ক'ত সংঘটিত হ'ল এই লোমহৰ্ষক হত্যাকাণ্ড?

6 ਦਿਨ ਪਹਿਲਾਂ
উৰুকাৰ নিশাৰ এক ভয়াৱহ হত্যাকাণ্ড। কুঠাৰেৰে ঘপিয়াই পুত্ৰই হত্যা কৰিলে পিতৃক।কিন্তু ৰাজ্যখনৰ ক'ত সংঘটিত হ'ল এই লোমহৰ্ষক হত্যাকাণ্ড?
Dharmeswar Basumatary
Dharmeswar Basumatary - 19 ਘੰਟੇ ਪਹਿਲਾਂ
Jwi jathwng ndfb s
samar muchahary
samar muchahary - 19 ਘੰਟੇ ਪਹਿਲਾਂ
Ki politics kheliso ..Boro oboro Kune korise
Pranjal Daimary
Pranjal Daimary - 19 ਘੰਟੇ ਪਹਿਲਾਂ
Mor Prarthona atai.....Sorkare hongsthapon diyok Moromor Jinu Gogoik.....Aru tair Dewtak jen Duraroigo rogor pora Mukto hoi Heiyai Bhogobanor Osorot Prarthona thakil.....
Dharmeswar Basumatary
Dharmeswar Basumatary - 19 ਘੰਟੇ ਪਹਿਲਾਂ
Utc long live
Ashok Lakra
Ashok Lakra - 19 ਘੰਟੇ ਪਹਿਲਾਂ
C(A)A Ami namanu Jai jai Assam Jai tu ATTSA and Jai tu AASU
Anyahuman Deka
Anyahuman Deka - 19 ਘੰਟੇ ਪਹਿਲਾਂ
Joy zubeen da
Ranjay bty
Ranjay bty - 19 ਘੰਟੇ ਪਹਿਲਾਂ
Tohote Mori jaog.. Bodoland onsolot Rajbongshi aru Axomia Adivashi eko odhikar dia nohobo..baki jonojatik odhikar pabo...Tohote emn hingka Kora no ahi log amr bodoland..
Hashem Ali
Hashem Ali - 19 ਘੰਟੇ ਪਹਿਲਾਂ
Nice himonto soytan
Bhesoj Baruah
Bhesoj Baruah - 19 ਘੰਟੇ ਪਹਿਲਾਂ
সেইবোৰ সিদ্ধাৰ্থ ভট্টাচাৰ্যই চপা কৰোৱাইছিল যে -এতিয়া হিবিশ ই ক'বাত বঙলা ইংৰাজী আৰু ক'ৰবাত অসমীয়া ইংৰাজী ভাষাৰ ফৰমবোৰ পঠালে আক' ..........শিক্ষকক গালি পাৰিবলৈহে তেওঁ এইবাৰ শিক্ষা মন্ত্ৰী লৈছে !!
Ribil456 Mushahary
Ribil456 Mushahary - 19 ਘੰਟੇ ਪਹਿਲਾਂ
Tor dilogtoo ako heelaba nuare baal
Jr Goswamiii
Jr Goswamiii - 19 ਘੰਟੇ ਪਹਿਲਾਂ
Human laga na mr. Sir hot...mor mon gol ki korim...... Z olai jabo
Amit Boro
Amit Boro - 19 ਘੰਟੇ ਪਹਿਲਾਂ
Kokrajarot a morba lagbo toi sai a asu tok kukur muk bandor nobo
Durlav boruah
Durlav boruah - 19 ਘੰਟੇ ਪਹਿਲਾਂ
JAI AAI OHKHOM AASU JINDABAD
Moinul Hoque
Moinul Hoque - 19 ਘੰਟੇ ਪਹਿਲਾਂ
Moja gd step
Durlav boruah
Durlav boruah - 20 ਘੰਟੇ ਪਹਿਲਾਂ
JAI AAI OHKHOM
Amit Boro
Amit Boro - 20 ਘੰਟੇ ਪਹਿਲਾਂ
Hagramalogot mathat Kuba khaise agoti etia mathatu dog hoi asi
Anarul Kobir
Anarul Kobir - 20 ਘੰਟੇ ਪਹਿਲਾਂ
মই মুছলিম যাম বুলি আশা কৰিছিলো কিন্ত্তু কোনোবাই যদি কিবা কয়
Hashem Ali
Hashem Ali - 20 ਘੰਟੇ ਪਹਿਲਾਂ
Nice porti din time
Hedayat ullah
Hedayat ullah - 20 ਘੰਟੇ ਪਹਿਲਾਂ
Pagol himu misa kothar box
today news
today news - 20 ਘੰਟੇ ਪਹਿਲਾਂ
Hoi ni kukur sob
S. Barman
S. Barman - 20 ਘੰਟੇ ਪਹਿਲਾਂ
আমিও যাবলৈ সাজু হৈছুৱেই
Tulu Ali
Tulu Ali - 20 ਘੰਟੇ ਪਹਿਲਾਂ
Thanks p Time
SUBUNGSHA NARZARY
SUBUNGSHA NARZARY - 20 ਘੰਟੇ ਪਹਿਲਾਂ
Bodoland tu aji nohole kali hoi jabo etu katang.
K k n Narzary
K k n Narzary - 20 ਘੰਟੇ ਪਹਿਲਾਂ
Bhoi lagese nobo kukuror oboro
Nekky A
Nekky A - 20 ਘੰਟੇ ਪਹਿਲਾਂ
Bengali bur sage pete pete khub furtit ase news sai.. over korile jonmo jor pora hoisil tate humai thoi ahim jodi axom khon dhanha koriboloi chesta kori ase
Dipshikha Devi
Dipshikha Devi - 20 ਘੰਟੇ ਪਹਿਲਾਂ
Eikhon Bangladeshi sorkar
Ringki Bty
Ringki Bty - 20 ਘੰਟੇ ਪਹਿਲਾਂ
*जै बडलेननि जै*
Amit Boro
Amit Boro - 20 ਘੰਟੇ ਪਹਿਲਾਂ
Moi Pali tak nobok vhoridi soram tak mairik sudak
Dipak Kumar Ray
Dipak Kumar Ray - 20 ਘੰਟੇ ਪਹਿਲਾਂ
Gogoi sir zi
Purnabodosa
Purnabodosa - 20 ਘੰਟੇ ਪਹਿਲਾਂ
Jwi boro harini jwi ..khouse ja boro fisafwr..
Hariswar Basumatary
Hariswar Basumatary - 20 ਘੰਟੇ ਪਹਿਲਾਂ
Oh kukur nisina bhabi tak
tiger of manas
tiger of manas - 20 ਘੰਟੇ ਪਹਿਲਾਂ
Bhoi lagise nabar 🤣🤣
Jayanta Das
Jayanta Das - 20 ਘੰਟੇ ਪਹਿਲਾਂ
ভগৱানে অতি সোনকালে আৰগ্য কৰি দিব বুলি মই ভগৱানৰ ওচৰত প্ৰাথৰ্না কৰিছোঁ ৷
Mehmud. ahmed
Mehmud. ahmed - 20 ਘੰਟੇ ਪਹਿਲਾਂ
জিনুলৈ হিয়া - ভৰা শুভেচ্ছা জনালোঁ আগবাঢ়ি যোৱা
Samujjal Gogoi
Samujjal Gogoi - 20 ਘੰਟੇ ਪਹਿਲਾਂ
hahitya sovat k hvy dekhun
naba borah
naba borah - 20 ਘੰਟੇ ਪਹਿਲਾਂ
Atia himantai kobo swastha kormasari hkle English Najane nekibuli
jayanta jd
jayanta jd - 20 ਘੰਟੇ ਪਹਿਲਾਂ
মানে কি বুজাব গৈ আছে চৰকাৰ খনে
Geolang Narzary
Geolang Narzary - 20 ਘੰਟੇ ਪਹਿਲਾਂ
Jwi bodolen ni jwi bodo harini
bitu chetia
bitu chetia - 20 ਘੰਟੇ ਪਹਿਲਾਂ
Kot hbole ase pls val k address Tu likhe dibo sn
khireswar neog
khireswar neog - 21 ਘੰਟੇ ਪਹਿਲਾਂ
KaloiporA Bangla ahe kitab kimba tar utor dibo Assam sarkare nohole tar porinam bhugibo bangla ki?nohhoijanu takekoi c(a)a ahiase ter porinam bhugibo ????????????:::;:?;;;;;;?!!!!!!?"'''':?**""""""?___&&&?-----5.55⅝5555555-------6.5555555-&kutka khedibo Lage no???????yes buli ever Kori like ko:;!?'"*????????????????&?????????**""''::;;!!?
A.B Product
A.B Product - 21 ਘੰਟੇ ਪਹਿਲਾਂ
Good comment
Bharat kachari Bharat
Bharat kachari Bharat - 21 ਘੰਟੇ ਪਹਿਲਾਂ
Mza sorkar palu kela
Ratan Paul
Ratan Paul - 21 ਘੰਟੇ ਪਹਿਲਾਂ
Moja ...axomot hantti hok..ulfa u ane korok
Nipu Basumatary
Nipu Basumatary - 21 ਘੰਟੇ ਪਹਿਲਾਂ
Very good jwi boro harini
Twilight with chimin boy club
Twilight with chimin boy club - 21 ਘੰਟੇ ਪਹਿਲਾਂ
Kela ,himonto sutiya
A.B Product
A.B Product - 21 ਘੰਟੇ ਪਹਿਲਾਂ
Jai bodoland
Stats Video
Stats Video - 21 ਘੰਟੇ ਪਹਿਲਾਂ
sorkar khnr karne Sobe sans paise
Corneluish Narzari
Corneluish Narzari - 21 ਘੰਟੇ ਪਹਿਲਾਂ
Jiu gwlao jatwng ndfb
Risti Ramchiary
Risti Ramchiary - 21 ਘੰਟੇ ਪਹਿਲਾਂ
balor oboro kiba ata kori lo parajudi
Manuranjan Saikia
Manuranjan Saikia - 21 ਘੰਟੇ ਪਹਿਲਾਂ
Bjpr mutoni khua keitai dekhisene naiba, ne andha
RUDRA SINGH KOCH
RUDRA SINGH KOCH - 21 ਘੰਟੇ ਪਹਿਲਾਂ
balor boro vumi ..aiya asom
Kefresh Is Driving
Kefresh Is Driving - 21 ਘੰਟੇ ਪਹਿਲਾਂ
I'm glad that dog escaped. Now I'm holding my chihuahua tight after seeing this.
Amrit Bonia
Amrit Bonia - 21 ਘੰਟੇ ਪਹਿਲਾਂ
joi aai axom ♥️👍
Miju Muchahary
Miju Muchahary - 21 ਘੰਟੇ ਪਹਿਲਾਂ
Great leader of bodos
Susil Das
Susil Das - 21 ਘੰਟੇ ਪਹਿਲਾਂ
BJP go baek
KRISHNA ASSAM.
KRISHNA ASSAM. - 21 ਘੰਟੇ ਪਹਿਲਾਂ
কেলা বুলি কৈ জয় আই অসম হে বুলিলো আৰু..
Diganta Gogoi
Diganta Gogoi - 21 ਘੰਟੇ ਪਹਿਲਾਂ
Assam t st population 28 lakhs.. 2011 census report mote n ahomr 55 Lakhs so... Ame kele pabo lage st... Heto hudher odhekar tohotor nai... St karu bapekor hompoti nahoi... So amk st nidele 2021 election n census t bjp eh pabo mojato vle ke... So time thakute st delobo lage nahole pisot 2014 n 2016 election congress dore hare kandi lav nai Jai hind 🇮🇳 🇮🇳 🇮🇳
Manuj kumar Gogoi
Manuj kumar Gogoi - 21 ਘੰਟੇ ਪਹਿਲਾਂ
Aiya arom voni
Bikash Bora
Bikash Bora - 21 ਘੰਟੇ ਪਹਿਲਾਂ
Asom sorkare ear utor diok.
Gaurab Sarmah
Gaurab Sarmah - 21 ਘੰਟੇ ਪਹਿਲਾਂ
Ki hobo politics Kori Kori Assam khyk koribo...ayitu duskiriti kaarir kaaam jni buji kunubai korisy..
Chandan Saikia
Chandan Saikia - 21 ਘੰਟੇ ਪਹਿਲਾਂ
Sarkar khn a Bangladeshi srkr...
Dhruva Saikia
Dhruva Saikia - 22 ਘੰਟੇ ਪਹਿਲਾਂ
Kimaan dinor pora bonai aase...aaji har paise
Tarun Swargiary
Tarun Swargiary - 22 ਘੰਟੇ ਪਹਿਲਾਂ
WL come boroland
PRAKASH MECH
PRAKASH MECH - 22 ਘੰਟੇ ਪਹਿਲਾਂ
There will be the great integrity among us
Buhum Brahma
Buhum Brahma - 22 ਘੰਟੇ ਪਹਿਲਾਂ
थै बर हारिनि 🙋🙋
Merojit music B
Merojit music B - 22 ਘੰਟੇ ਪਹਿਲਾਂ
Dose NDFB Terrorist? Or you need more details or full form? Why NDFB has Established???? Or you people are want to called NDFD as a terrorist??? What??? Reply me.......
DN game Dhekiajuli
DN game Dhekiajuli - 22 ਘੰਟੇ ਪਹਿਲਾਂ
Jwi bodoland ni jwi NDFB long live
Korabi Bhuyan
Korabi Bhuyan - 22 ਘੰਟੇ ਪਹਿਲਾਂ
Val lagibo
Hitesh Rava
Hitesh Rava - 22 ਘੰਟੇ ਪਹਿਲਾਂ
Axomiya mantri bhakha thakiboi lagibo. Assamese bilakako dibo lagisile.
Nikhanr Nzy
Nikhanr Nzy - 22 ਘੰਟੇ ਪਹਿਲਾਂ
Jwi bodoland
victor jack kalita
victor jack kalita - 22 ਘੰਟੇ ਪਹਿਲਾਂ
hamanta biswa sarma juta aru sandal de maar
Priyanku Gogoi
Priyanku Gogoi - 22 ਘੰਟੇ ਪਹਿਲਾਂ
অখিল গগৈক মুক্তি দিয়ক।
Pranab Goswami
Pranab Goswami - 22 ਘੰਟੇ ਪਹਿਲਾਂ
এবাৰ শান্তি আলোচনা কৰাৰ শেষত অটল বিহাৰী বাজপেয়ীয়ে বি এল টিক এনে এক বিটিএডি উপহাৰ দিলে য'ত অবড়ো লোকেই সংখ্যাগৰিষ্ঠ অথচ তেওঁলোকেই দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'ল। এইবাৰ একেই বিজেপি চৰকাৰে শান্তি আলোচনাৰ নামত UTC দান কৰি BTADৰ সেইসকল লোকলৈ আৰু বেছি অশান্তি মাতি নানেতো!
Mohan Dwimari. Mohan Daimari
Mohan Dwimari. Mohan Daimari - 22 ਘੰਟੇ ਪਹਿਲਾਂ
Good leader of Boro piple
Fahadbin Ali
Fahadbin Ali - 22 ਘੰਟੇ ਪਹਿਲਾਂ
He should be hang in public.
Hitesh Rava
Hitesh Rava - 22 ਘੰਟੇ ਪਹਿਲਾਂ
Pita matak.ari alani kori thoi dise. Ki val kam koribo olai ahi
Love u India
Love u India - 22 ਘੰਟੇ ਪਹਿਲਾਂ
Akhilok jalot thoi pura kam solaiso
Arindam Dihingia
Arindam Dihingia - 22 ਘੰਟੇ ਪਹਿਲਾਂ
Kukur hote hubedha loise
Ajit Gogoi
Ajit Gogoi - 22 ਘੰਟੇ ਪਹਿਲਾਂ
Ulfa thakile axomia thakim moi u jam ling mane pale aikhon sorkar lgt Aku lab ni joi ai axom
Rimala Mushahary
Rimala Mushahary - 23 ਘੰਟੇ ਪਹਿਲਾਂ
Jwi boro harini and long live ndfb
sokendrojit baro
sokendrojit baro - 23 ਘੰਟੇ ਪਹਿਲਾਂ
Sabaykhor thabay sir mwnisim...
Jayanta Mech
Jayanta Mech - 23 ਘੰਟੇ ਪਹਿਲਾਂ
Aru abar modi sarkar. ...bjp zindabad
Ajanta Hazarika
Ajanta Hazarika - 23 ਘੰਟੇ ਪਹਿਲਾਂ
congratulations
Amor Biswas
Amor Biswas - 23 ਘੰਟੇ ਪਹਿਲਾਂ
Etihas gaba he. kobi kisi Hindu ne hindu ka sat nahi diya
Koushik Buragohain
Koushik Buragohain - 23 ਘੰਟੇ ਪਹਿਲਾਂ
Bhut Vale lagibh
GK Basumatary
GK Basumatary - 23 ਘੰਟੇ ਪਹਿਲਾਂ
Boro rao geolangtwng
Bicky Raj Das
Bicky Raj Das - 23 ਘੰਟੇ ਪਹਿਲਾਂ
Congratulations 💐🎉
Mukut Assamese Vlog & Technical
Mukut Assamese Vlog & Technical - 23 ਘੰਟੇ ਪਹਿਲਾਂ
এখন অদ্ভুত কেলেন্ডাৰ আপুনি জীয়াই থকালৈকে চলিব এইখন কেলেন্ডাৰ👇👇👇👇👇👇👇👇👇👇👇 pa-zone.info/view/bnc4NkJVVUQ5WFU.html
Nabajyoti Sonowal Bihua
Nabajyoti Sonowal Bihua - 23 ਘੰਟੇ ਪਹਿਲਾਂ
Achurjya daa r hurot gaan gai val lge
Abidur Rahman
Abidur Rahman - 23 ਘੰਟੇ ਪਹਿਲਾਂ
🐕
Devaraj studios
Devaraj studios - 23 ਘੰਟੇ ਪਹਿਲਾਂ
Jwiiiiii boro harini🙏🏽🙏🏽🙏🏽🙏🏽
Assam Talks News Channel
Assam Talks News Channel - 23 ਘੰਟੇ ਪਹਿਲਾਂ
গোটেই বছৰটোত কিমান সপ্তাহ আপুনি জানেনে ? প্ৰশ্ন কৰা হৈছিল EXCUSE MEৰ 2020 ৰ প্ৰথমটো খণ্ডত তাৰ পিছত চাওক👇👇👇👇👇👇 pa-zone.info/view/WWRLNjdoMnBYMnc.html

Maria Lopez
Maria Lopez - 23 ਘੰਟੇ ਪਹਿਲਾਂ
That dog was vicious and tried to defend itself.
Priyanku Gogoi
Priyanku Gogoi - 23 ਘੰਟੇ ਪਹਿਲਾਂ
জুবিন দা আপোনাৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী স্থিতিক আমি সমৰ্থন জনাইছো। আশা কৰিছো আপুনি যাতে আৰু নতুন নতুন সৃষ্টি কৰি যায়।
Youtube Community
Youtube Community - 23 ਘੰਟੇ ਪਹਿਲਾਂ
Maal to sexy ase cela... 😝😜
Ranu Gogoi
Ranu Gogoi - 23 ਘੰਟੇ ਪਹਿਲਾਂ
দেশৰ কাৰনে যেন সদায় এনেদৰে মাত মাতি যাওক ।আমি লগত আছো ।
Apurba Saikia
Apurba Saikia - 23 ਘੰਟੇ ਪਹਿਲਾਂ
Well come our Bodoland Hero's
Aswin Marandi
Aswin Marandi - 23 ਘੰਟੇ ਪਹਿਲਾਂ
Manuk' Mari Borland dabi Kora sofol nohoba!
Aisha Zhaa plzz subscribe My channel
Aisha Zhaa plzz subscribe My channel - 23 ਘੰਟੇ ਪਹਿਲਾਂ
Bahot dhuniya asil Kata laga 👍